১৩ ইঞ্চি পূৰণ ৮ ইঞ্চি ।
Month: December 2020
ভাৰতত টেলিভিছন কেতিয়া আৰু ক’ত প্ৰথম আৰম্ভ হৈছিল ?
১৯৫৯ চনৰ ১৫ ছেপ্তেম্বৰত । দিল্লীত ।
কোন চনত ফেক্স মেচিনেৰে পোন প্ৰথমবাৰৰ বাবে অৰ্ন্তদেশীয় তথ্য পেৰণ কৰা হৈছিল ?
১৯০৭ চনত ।
ভাৰতৰ প্ৰথম হাফট’ন ডাক টিকটৰ কেতিয়া প্ৰচলন হয় ?
১৯১৩ চনত ।