ডিনাৰ্ছ ক্ৰেডিট কাৰ্ড ( ১৯৬৯ )
Month: December 2020
কোন চনত ভাৰতীয় সাৰনিগম প্ৰতিষ্ঠা কৰা হৈছিল ।
১৯৬১ চনৰ ১ জানুৱাৰীত ।
কোনটো খালে ভুমধ্যসাগৰ আৰু ৰেড চি’ক সংযোগ কৰিছে ?
ছুৱেজ খাল ।
১৯৪৭ চনত ভাৰতে স্বাধীনতা লাভ কৰাৰ সময়ত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কোন আছিল ?
ক্লীমেন্ট এট্লী ।