১৯৪৮ চনত ভাৰতীয় ডাক বিভাগে মহাত্মা গান্ধীৰ ছবিৰে হিন্দী , উৰ্দু আৰু ইংৰাজীত উলিওৱা টিকটটটো ।
Month: December 2020
কলকাতাৰ উপনাম কি ?
City Of Palace .
ভাৰতত প্ৰথম সাধাৰণ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল ?
১৯৫১ চনত ।
ভাৰতৰ কোন চনত প্ৰথম গ্ৰন্থমেলা অনুষ্ঠিত হৈছিল ?
১৮৬৯ চনত ।