তপন সিনহা ।
Month: December 2020
কিশোৰ কুমাৰ আৰু মধুবালাই একেলগে অভিনয় কঁৰা কথাছবি দুখনৰ নাম কি ?
“চলিত কা নাম গড়ী” আৰু “ঝমৰু” ।
আশা ভোঁচলেই সৰ্বপ্ৰথম কোনখন ছবিত গীত গাইছিল ?
চুনৰিয়া ছবিত ১৯৪৮ চনত ।
অমল পালেকৰ অভিনীত প্ৰথম ছবিখনৰ নাম কি ?
গীতা গায়া পাথৰনে ।