ভাৰতৰ ৩৩ তম ৰাষ্ট্ৰীয় খেল খন ক’ত আৰু কেতিয়া অনুষ্ঠিত হৈছিল ?

ভাৰতৰ ৩৩ তম ৰাষ্ট্ৰীয় খেল খন ক্ৰীড়া, নেহেৰু ষ্টেডিয়াম গুৱাহাটী, অনুষ্ঠিত হৈছিল আৰু ১৭ ফেব্ৰুৱাৰী, ২০০৭ চনত অনুষ্ঠিত হৈছিল ।

অসমত ২০০৭ চনত অনুষ্ঠিত হোৱা ৩৩ তম ৰাষ্ট্ৰীয় ক্ৰীড়াত ভাৰতৰ কোন দলে সৰ্বাধিক সোণৰ পদক পাইছিল ?

অসমত ২০০৭ চনত অনুষ্ঠিত হোৱা ৩৩ তম ৰাষ্ট্ৰীয় ক্ৰীড়াত ভাৰতৰ চাৰ্ভিচেছ দলে সৰ্বাধিক সোণৰ পদ পাইছিল ৫৯ টা ।