নেচনেল হেৰাল্ড ( লক্ষ্ণৌ )
Month: December 2020
কোনটো স্মৃতিচিহ্নৰ পূৰ্বৰ নাম আছিল “অল ইণ্ডিয়া ৱাৰ মেম’ৰিয়েল” ।
ইণ্ডিয়া গেট ।
“ভৱভুতিৰ মহাবীৰ চৰিত” পুথিখনৰ লেখক গৰাকীৰ নাম কি আছিল ?
আনন্দ ৰাম বৰুৱা ।
প্ৰথম ভাৰতীয় জাতীয় পতাকা ত্ৰিৰংগা কেতিয়া ক’ত উত্তোলন কৰা হৈছিল ?
ভাৰতৰ ত্ৰিৰংগা পতাকাখন পোন প্ৰথমে ১৯০৬ চনৰ সাত আগষ্টত কলকাতাৰ গ্ৰীণ পাৰ্কত উত্তোলন কৰিছিল সুৰেন্দ্ৰ নাথ বেনাৰ্জীয়ে ।