মুচা কেভেনদিশি হ’ল আমাৰ অতিকৈ পৰিচিত এবিধ ফৰ লেটিৰ নাম । ইয়াৰ ভাৰতীয় নাম হ’ল কল ।
Month: December 2020
১৯২৯ চনত কোনজন ভাৰতীয় পাইল উৰণৰ অনুজ্ঞপত্ৰ লাভ কৰিছিল ?
জে আৰ ডি টাটা ।
কোন চনত ভাৰতৰ প্ৰথমখন চিৰিয়াখানা স্থাপিত হৈছিল ?
ভাৰতৰ প্ৰথমখন চিৰিয়াখানা ১৮৭৫ চনৰ ১ জানুৱাৰীত স্থাপিত হৈছিল।
কোনজন বিখ্যাত ভাৰতীয় বৈজ্ঞানিকে ১৯৬৬ চনত এক কিমান দূৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল ?
ডঃ হোমি জাহাংগীৰ ভাবা ।