কথা কলি নৃত্যৰ কোনবোৰ চৰিত্ৰই মখত সেউজীয়া ৰং সানে ? আৰু মহিলা শিল্পীসকলৰ মুখত আৱশ্যিকভাৱে কি ৰং সনা হয় ?

যি সকল বিশিষ্ট বা প্ৰধান চৰিত্ৰ যেনে ৰাম , লক্ষ্মণ আদি তেওঁলোকে সেউজীা ৰং ঘঁহে । মহিলাবোৰে হালধীয়া ৰং লগাব লাগে ।