লক্ষ্ণৌ । ( উত্তৰ প্ৰদেশ )
Month: December 2020
১৯৪৭ চনৰ ১৫ আগষ্ট ভাৰতৰ স্বাধীনতা দিৱস । আন দুখন দেশৰো এই দিনটো স্বাধীনতা দিৱস । দেশ দুখনৰ নাম কি ?
দক্ষিণ কোৰিয়া আৰু বাহৰেইন ।
লৰ্ড কৰ্ণৱালিচে ভাৰতলৈ অহাৰ পূৰ্বে ইংৰাজ সেনাধ্যক্ষ হিচাবে কাম কৰিছিল । কোন যুদ্ধত তেওঁ সেনাপতি আছিল ?
আমেৰিকাৰ স্বাধীনতা যুদ্ধত ।
” পূৰণি কামৰূপৰ ধৰ্মৰ ধাৰা ” পুথিখন কোনে ৰচনা কৰিছিল ?
ডক্টৰ বাণীকান্ত কাকতিয়ে ।