ভৰতীয় ক্ৰিকেটৰ ‘এ’ দললৈ নিৰ্বাচিত হোৱা প্ৰথম অসমীয়া খেলুৱৈ গৰাকী আছিল জাভেদ জামান ।
Month: December 2020
ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰা অসমত একমাত্ৰ ফুটবল খলুৱৈগৰাকী কোন আছিল ?
ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰা অসমত একমাত্ৰ ফুটবল খলুৱৈগৰাকী আছিল অভিজিত ভট্টাচাৰ্য ।
অসমৰ কোনগৰাকী খেলুৱৈয়ে ভাৰতীয় টেবুল টেনিছ দলত প্ৰতিনিধিত্ব কৰিছিল ?
অসমৰ নন্দিনী বৰুৱাই ভাৰতীয় টেবুল টেনিছ দলত প্ৰতিনিধিত্ব কৰিছিল ।
ৰাষ্ট্ৰীয় জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কোনগৰাকী খেলুৱৈয়ে তিনিটা মীত ৰেকৰ্ড প্ৰতিষ্ঠাে নটাকৈ স্বৰ্ণ পদক লাভ কৰিছিল ?
ৰাষ্ট্ৰীয় জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ এলভিচ আলী হাজৰিকা খেলুৱৈয়ে তিনিটা মীত ৰেকৰ্ড প্ৰতিষ্ঠাে নটাকৈ স্বৰ্ণ পদক লাভ কৰিছিল (১৯৯৬ চনত) ।