আপ কী সেৱা মে ।
Month: December 2020
মাদাৰ ইণ্ডিয়াৰ নায়কা কোন ? আৰু নায়ক ?
নাৰ্গিচ দত্ত । নায়ক-সুনীল দত্ত ।
“জাগতে ৰহে” ছবিয়ে প্ৰথম ফিল্ম ফেয়াৰ পুৰস্কাৰ পায়, ইয়াৰ পৰিচালক কোন আছিল ?
শচীন দেৱ বৰ্মন ।
সৰ্বাধিক গীত থকা ছবিখনৰ নাম কি ?
ইন্দ্ৰ সভা (১৯৩২চন) ৭১ টা গীত ।