২০১০ চনত অনুষ্ঠিত বিশ্বকাপ ফুটবল প্রতিযোগিতা কিমান তাৰিখৰ পৰা কিমান তাৰিখলৈ চলিছিল ?

২০১০ চনৰ ১৯ সংখ্যক ফিফা কাপ প্রতিযোগিতা আৰম্ভ হৈছিল ১১/০৬/২০১০ তাৰিখে আৰু শেষ হৈছিল ১১/০৭/২০১০ তাৰিখে ।