পিয়লী ফুকন
Month: December 2020
২০১০ চনৰ বিশ্বকাপ ফুটবলত কিমানটা দলে যোগদান কৰিছিল আৰু কেইটা গ্রুপত খেলখন চলিছিল ?
৩২ টা দল আৰু ৮ টা গ্রুপত ভাগ হৈছিল ।
স্পেইনে ২০১০ চনৰ বিশ্বকাপ ফুটবলত কেনেদৰে নিজৰ শ্ৰেষ্ঠতা প্রতিপন্ন কৰিছিল ?
স্পেইনে ৭ খন মেচত ৮ টা গল কৰি নিজৰ শ্ৰেষ্ঠতা প্রতিপন্ন কৰিছিল ।
২০১০ চনৰ বিশ্বকাপ ফুটবলত কোন দেশ ফাইনেলত বিজয় হৈছিল ?
১-০ গ’লেৰে স্পেইন দেশ বিজয়ী হৈছিল ।