জ্যোতি প্ৰসাদ আগৰৱালা।
Month: December 2020
প্ৰথম অসমীয়া শিশু চলচিত্ৰ খনৰ নাম কি?
গুণসিন্ধু হাজৰিকাৰ পৰিচলনাত অবুজ বেদনা (১৯৯৩) চনত নিৰ্মান হোৱা প্ৰথম খন অসমীয়া শিশু চলচিত্ৰ।
জ্যোতি চিত্ৰবন কেতিয়া স্থাপিত হৈছিল?
১৯৬৮ চনত জ্যোতি চিত্ৰবন স্থাপিত হৈছিল
ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক পোৱা প্ৰথমখন অসমীয়া বোলছবিৰ নাম কি?
নিপ বৰুৱা পৰিচালিত ৰঙা পুলিচ ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক পোৱা প্ৰথমখন অসমীয়া বোলছবি