১৯৪০ চনত অসমত প্ৰথম টো যাদু ঘৰ স্থাপিত কৰা হৈছিল।
Month: December 2020
অসমত প্ৰথম দূৰদৰ্শন কিমান চনত স্থাপন হৈছিল?
১৯৮৫ চনত অসমত প্ৰথন টো দূৰদৰ্শন স্থাপন হৈছিল।
অসমীয়া ভাষাৰ কথা ছবিৰ ক্ষেত্ৰত সৰ্বাধিক বাৰ ৰাষ্ট্ৰীয় পুৰষ্কাৰ পোৱা ব্যক্তিজনৰ নাম কি?
ড০ ভবেন্দ্ৰ নাথ শইকীয়া আৰু জাহ্নু বৰুৱা এই দুয়ো গৰাকী বেক্টিয়ে সাতবাৰ কৈ ৰাষ্ট্ৰীয় পুৰষ্কাৰ পাবলৈ সক্ষম হৈছিল।
হিন্দীৰ পৰা অসমীয়া ভাষালৈ অনুবাদ কৰা প্ৰথম খন অসমীয়া ছবি নাম কি?
শকুন্তলা (১৯৬১) চনত অনুবাদ কৰা প্ৰথম খন অসমীয়া কথা ছবি।