অসমীয়া বোলছবিৰ প্ৰথম মহিলা পৰিচালিকা নাম হল মনিষা হাজৰিকা ।
Month: December 2020
ড০ ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথমখন অসমীয়া কথাছবিৰ নাম কি ?
ড0 ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথমখন কথাছবিৰ না হল এৰাবাটৰ সুৰ।
অসমীয়া কথাছবিৰ প্ৰথম পৰিৱেশকৰ নাম কি?
অসমীয়া কথাছবিৰ প্ৰথম পৰিৱেশকৰ নাম জোনাকী ফিল্ম ডিষ্ট্ৰিউটৰছ ।
অভিনেতা বিজু ফুকনৰ প্ৰথমখন অসমীয়া ছবি নাম কি আছিল?
বৰুৱাৰ সংসাৰ অভিনেতা বিজু ফুকনৰ প্ৰথমখন অসমীয়া ছবি ।