ড০ ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰা প্ৰথম বঙালী কথাছবিখনৰ নাম হল মাহুত বন্ধু ৰে ।
Month: December 2020
১৯৯২ চনত ৰাষ্ট্ৰীয় পুৰষ্কাৰ প্ৰাপ্ত গৌতম বৰা পৰিচালিত তথ্যচিএখনৰ নাম কি ?
১৯৯২ চনত ৰাষ্ট্ৰীয় পুৰষ্কাৰ প্ৰাপ্ত গৌতম বৰা পৰিচালিত তথ্যচিএখনৰ নাম হল দি চনছ্ অব্ আবটানী দি মিছিং ।
তপন দাসে অভিনয় কৰা প্ৰথম ছবিখনৰ নাম কি ?
তপন দাসে অভিনয় কৰা প্ৰথম ছবিখনৰ নাম হল সেন্দূৰ ১৯৮৪ চনত কৰিছিল ।
১৯৯৮ চনত সংগীত নাটক অকাডেমীৰ বাবে নিৰ্বাচিত হোৱা ব্যক্তিজন কোন ?
১৯৯৮ চনত সংগীত নাটক অকাডেমী বাবে নিৰ্বাচিত হোৱা ব্যক্তিজন হল ড০ ভূপেন হাজৰিকা ।