মৃদুলা বৰুৱাৰ প্ৰছম অভিনীত ছবিখনৰ নাম হল প্ৰথম অভিনীত ছবি উপপথ । প্ৰথম মুক্তিপ্ৰাপ্ত ছবি মৰমী ।
Month: December 2020
সৰ্বভাৰতীয় শ্ৰেষ্ঠ- অভিনেএীৰ সন্মান পাওঁতা কোন ?
সৰ্বভাৰতীয় শ্ৰেষ্ঠ- অভিনেএীৰ সন্মান পাওঁতা গৰাকী নাম হল মলয়া গোস্বামী (ফিৰিঙতি সীমা বিশ্বাস (বেগুিত কুইন ) ।
দাদা -চাহেব ফাল্কে বঁটা বিজয়ী অসৰ ব্যক্তিগৰাকী কোন ?
দাদা- চাহেব ফাল্কে বঁটা বিজয়ী অসমৰ ব্যক্তিগৰাকী নাম হল ড০ ভূপেন হাজৰিকা (১৯৯২ চন )
দুৰ্গেশ্বৰ বৰঠাকুৰে কৰা প্ৰথম ছবিখনৰ নাম কি ?
দুৰ্গেশ্বৰ বৰঠাকুৰে কৰা প্ৰথম ছবিখনৰ নাম হল স্মৃতিৰ পৰশ ১৯৫৫ চনত কৰা হৈছিল ।