এছিয়ান গেমছেত স্বৰ্ণ পদত ১৯৬৬ ভোগেশ্বৰ বৰুৱা পাইছিল ।
Month: December 2020
ভাৰতীয় স্কুল ফুটবল দলত খেলা অসমৰ প্ৰথম গৰাকী খেলুবৈ কোন আছল ?
ভাৰতীয় স্কুল ফুটবল দলত খেলা অসমৰ প্ৰথম গৰাকী খেলুবৈ আছিল বীৰেন বড়ো ।
প্ৰতিবছৰে এজন খেলুৱৈৰ জন্মদিনত “অভিৰুচি ক্ৰীড়া দিৱস” পতা হয় । খেলুৱৈ গৰাকী কোন আছিল ?
প্ৰতিবছৰে অৰ্জুন বঁতা বিজয়ী ভোগেশ্বৰ বৰুৱা জন্মদিনত “অভিৰুচি ক্ৰীড়া দিৱস” পতা হয় ।
৩৩ তম ৰাষ্ট্ৰীয় ক্ৰীড়ায় অসমে সৰ্বমুঠ কিমানখটা পদক পাইছিল ?
৩৩ তম ৰাষ্ট্ৰীয় ক্ৰীড়ায় অসমে সৰ্বমুঠ ১৪৮ টা । তাৰে সোণ ৪৮, ৰূপ ৫৩ আৰু ব্ৰঞ্জ ৫৭ টা পাইছিল ।