অসীয়া বোলছবিৰ একমাত্ৰ মহিলা কলা নিৰ্দেশিকাগৰাকী নাম হল এলি আহমেদ ।
Month: December 2020
প্ৰথম অসমীয়া কথাছবিৰ নায়িকাগৰাকী কোন আছিল ?
প্ৰথম অসমীয়া কথাছবিৰ নায়িকাগৰাকী নাম হল আইদেউ সন্দিকৈ প্ৰথম অসমীয়া কথাছবি জয়মতীৰ নায়িকা আছিল ।
ব্ৰজেন বৰুৱাৰ প্ৰথম ছবি কি আছিল ?
ব্ৰজেন বৰুৱাৰ প্ৰথম ছবিখনৰ নাম হল ইটো সিটো বহুতো ।