অসমীয়া চলচ্চিত্ৰৰ প্ৰথম লংপ্লেয়িখনৰ নাম হল চিকমিক বিজুলী ।
Month: December 2020
প্ৰথম অসমীয়া আংশিক ৰঙীন ছবি?
প্ৰথম অসমীয়া আংশিক ৰঙীন ছবিখনৰ নাম হল শকুন্তলা (১৯৬১) ।
জয়মতী কথাছবিত গদাপানিৰ চৰিত্ৰত কোনে অভিনয় কৰিছিল?
জয়মতী কথাছবিত গদাপানিৰ চৰিত্ৰত অভিনয় কৰিছিল ফুনু বৰুৱাই ।
শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা পোৱা প্ৰথম অসমীয়া ছবিখনৰ নাম কি?
শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা পোৱা প্ৰথম অসমীয়া ছবিখনৰ নাম হল আব্দুল মজিদ পৰিচালিত চামেলি মেমচাব ।