অসমৰ প্ৰথম মহিলা মন্ত্ৰী মেভিচ ডান।
Month: December 2020
অসমৰ প্ৰথম ভাইচ চেঞ্চেলৰ কোন আছিল?
অসমৰ প্ৰথম ভাইচ চেঞ্চেলৰ কৃষ্ণকান্ত সন্দিকৈ আছিল।
মহিলা পৰিচালকৰ পৰিচালিত প্ৰথম অসমীয়া চলচ্চিত্ৰ?
মহিলা পৰিচালকৰ পৰিচালিত প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম হল নয়নমনি ।
দূৰদৰ্শনত সম্প্ৰচাৰিত প্ৰথম অসমীয়া ছবিখন ?
দূৰদৰ্শনত সম্প্ৰচাৰিত প্ৰথম অসমীয়া ছবিখনৰ নাম হল বৃষ্টি ।