অসমত প্ৰথম বিশ্ববিদ্যালয় স্থাপিত হৈছিল ১৯৪৮ চনত (গুৱাহাটী) ।
Month: December 2020
অসমৰ প্ৰথম ইংৰাজী দৈনিক কাকতখনৰ নাম কি?
অসমৰ প্ৰথম ইংৰাজী দৈনিক কাকতখনৰ নাম হল আছাম ট্ৰিবিউন (১৯৪৬) প্ৰথম সম্পাদক লক্ষ্মীনাথ ফুকন।
অসমৰ প্ৰথম শিশু আলোচনীখনৰ নামকি ?
অসমৰ প্ৰথম শিশু আলোচনীখনৰ নাম হল লৰাবন্ধু (১৮৮৮) সম্পাদক ঃ কৰুনাভিৰাম বৰুৱা ।
Assamese Books List | Assam Books PDF Download | Assam Books Review | All Assamese Books |
Assam Government School Books