সংস্কতৰ পৰা অসমীয়া অনূদিত হোৱা প্ৰথম নাটকখনৰ নাম হল শকুন্তলা ( লম্বোদৰ বৰা ) ।
Month: December 2020
অসমীয়া সাহিত্যৰ প্ৰথম বুৰঞ্জীখনৰ নাম কি?
অসমীয়া সাহিত্যৰ প্ৰথম বুৰঞ্জীখনৰ নাম হল অসমীয়া সাহিত্যৰ বুৰঞ্জী (১৯১২) দেবেন্দ্ৰনাথ বেজবৰুৱা ।
প্ৰথম অসমীয়া সংবাদ পত্ৰ খনৰ নাম কি?
প্ৰথম অসমীয়া সংবাদ পত্ৰ খনৰ নাম হল অৰুনোদই (১৯৪৬-১৮৮২) সম্পাদক ডঃ নাথান ব্ৰাউন ।
অসমৰ প্ৰথম অসমীয়া দৈনিক বাতৰিকাকতখনৰ নাম কি?
অসমৰ প্ৰথম অসমীয়া দৈনিক বাতৰিকাকতখনৰ নাম হল দৈনিক বাতিৰ (১৯৩৫-৩৬) সম্পাদকঃ নীলমণি ফুকন ।