অসম সাহিত্য সভাৰ প্ৰথম সভাপতিজনৰ নাম হল পদ্মনাথ গোহাঞি বৰুৱা ।
Month: December 2020
বিহগী কবি বুলিলে কোন অসমীয়া কবিক বুজায়?
বিহগী কবি বুলিলে ৰঘুনাথ চৌধীৰীক বুজা যায় ।
আধুনিক যুগৰ প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি?
আধুনিক যুগৰ প্ৰথম অসমীয়া উপন্যাসখনৰ নাম হল ভানুমতী পদ্মনাথ গোহাঞিবৰুৱা ।
অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশনৰ কত অনুষ্ঠিত হৈছিল?
অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল ১৯১৭ খ্ৰীষ্টাব্দত শিৱসাগৰত ।