বড়ো সাহিত্য সভাৰপ্ৰথমজন সভাপতিৰ নাম হল জয়ভদ্ৰ হাগজেৰ ।
Month: December 2020
বড়ো সাহিত্য সভা কেতিয়া গঠন হৈছিল?
বড়ো সাহিত্য সভা গঠন কৰা হৈছিল ১৯৫৫ চনৰ ১৬ নৱেম্বৰত ।
অসমীয়া ব্যাকৰণক আধুনিক ৰূপ দিওঁতা প্ৰথম ব্যক্তি কোন ?
অসমীয়া ব্যাকৰণক আধুনিক ৰূপ দিওঁতা প্ৰথম ব্যক্তি গৰাকী নাম হল হেমচন্দ্ৰ বৰুৱা ।
অসম সাহিত্য সভাই প্ৰকাশ কৰা অভিধানখন নাম কি?
অসম সাহিত্য সভাই প্ৰকাশ কৰা অভিধানখনৰ নাম হল চন্দ্ৰকান্ত অভিধান ( ১৯৩৩ চন) ।