অসমীয়া সাহিত্যত ৰোমান্টিক যুগৰ আৰম্ভণি হয় জোনাকী কাকত ওলোৱাৰ পৰা ।
Month: December 2020
শংকৰদেৱৰ প্ৰিয় শিষ্য কোন আছিল?
শংকৰদেৱৰ প্ৰিয় শিয্য আছিল মাধৱদেৱ ।
সাহিত্য অকাডেমী বঁটা লাভ কৰা ককাদেউতাৰ হাড় পুথিখনৰ লেখক কোন?
সাহিত্য অকাডেমী বঁটা লাভ কৰা ককাদেউতাৰ হাড় পুথিখনৰ লেখক জনৰ নাম হল নৱকান্ত বৰুৱা ।
অসমৰ শিক্ষাৰ স্তৰ কেইটা আৰু কি কি?
অসমৰ শিক্ষাৰ স্তৰ তিনিটা আৰু সেইকেইটা হল প্ৰাথমিক , মাধ্যমিক ,আৰু উচ্চ শিক্ষা ।