অসমীয়া ভাষা সাহিত্য জন হল শ্ৰীমন্ত শংকৰদেৱ
Month: December 2020
ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ কোন আছিল?
ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ ব্যক্তি গৰাকী নাম ৰঞ্জিত বৰপূজাৰী (১৯৬০ চনৰ ৪জুলাই ।
২০০২ চনৰ কমল কুমাৰী বটাঁ লাভ কৰা অসমীয়া সাহিত্যক গৰাকী কোন?
২০০২ চনৰ কমল কুমাৰী বঁটা লাভ কৰা ব্যক্তিগৰাকী নাম হল ড০ ভবেন্দ্ৰ নাথ শইকীয়া ।
অসমত স্থাপিত প্ৰথম কলেজ খনৰ নাম প্ৰতিষ্ঠাপক আৰু প্ৰথমজন অধ্যক্ষৰ নাম কি?
অসমত স্থাপিত প্ৰথম কলেজ খনৰ নাম হল কটন কলেজ (১৯০১ চন ) প্ৰতিষ্ঠাপক হেনৰি কটন প্ৰথম অধ্যক্ষ মিঃ চুডমাৰ্চন ।