ভোগেশ্বৰ বৰুৱাই অসমৰ প্ৰথম অৰ্জুন বঁটা লাভ কৰিছিল ।
Month: December 2020
অসমত পোনপ্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় ক্ৰীড়াৰ ফুটবলৰ স্বৰ্ণ পদত লাভ কৰে কোনে ৰাজ্যৰ দলক হৰুৱাই ?
তামিলনাডুক ৬-৫ গ’লৰ ব্যৱধানত অসমত পোনপ্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় ক্ৰীড়াৰ ফুটবলৰ স্বৰ্ণ পদত লাভ কৰে ৰীজ্যৰ দলক হৰুৱাই ।
৩৩ তম ৰাষ্ট্ৰীয় খেলৰ শুভাংকৰ প্ৰতীকটো কি আছিল ?
ৰংমন নামৰ এটা গঁড় পোৱালি ৩৩ তম ৰাষ্ট্ৰীয় খেলৰ শুভাংকৰ প্ৰতীকটো আছিল ।
ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ টেনিছত বিজয়ী হোৱা অসমৰ প্ৰথম গৰাকী খেলুৱৈ কোন আছিল ?
ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ সুশান দাশ (চৌধুৰী), ১৯৭৩ চনত টেনিছত বিজয়ী হোৱা অসমৰ প্ৰথম গৰাকী খেলুৱৈ আছিল ।