জোনাকী প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা ।
Month: December 2020
অসমীয়া ভাষাত প্ৰকাশিত প্ৰথম সাপ্তাহিক আলোচনীখনৰ নাম কি ?
অসমীয়া ভাষাত প্ৰকাশিত প্ৰথম সাপ্তাহিক আলোচনীখনৰ নাম হল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য সম্পাদিত – নৱযুগ ।
চৈয়দ আব্দল মালিকে শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে লিখা পুথিখন নাম কি ?
চৈয়দ আব্দল মালিকে শ্ৰীমন্ত শংকৰদেৱৰ পুথিখন নাম ধন্য নৰতনু ভাল ।
অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ জন্ম কেতিয়া হৈছিল ?
অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ জন্ম হৈছিল ১৮৮৮ চনৰ ২৫ আগষ্টত, কলিকতাত ।