ৰাষ্ট্ৰপতিৰ পদ্মশ্ৰী উপাধি পোৱা প্ৰথম অসমীয়া গৰাকী নাম হল নলিনী দেৱী ।
Month: December 2020
চৈয়দ আব্দল মালিকে মাধৱদেৱৰ বিষয়ে লিখা পুথিখনৰ নাম কি?
চৈয়দ আব্দল মালিকে মাধৱদেৱৰ বিষয় লিখা পুথিখনৰ না হল প্ৰেম অমৃতৰ নদী ।
ড০ মামণি ৰযছম গোস্বামীয়ে সাহিত্য অকাডেমী বটাঁ পোৱা গ্ৰন্হখনৰ নাম কি?
ড০ মামণি ৰযছম গোস্বামীয়ে সাহিত্য অকাডেমী বটাঁ পোৱা গ্ৰন্হখনৰ নাম মামৰে ধৰা তৰোৱাল (১৯৮২চন) ।
বাঁহী ৰ প্ৰথম সম্পাদক কোন আছিল ?
বাঁহী প্ৰথম সম্পাদক আছিল লক্ষ্মীনাথ বেজবৰুৱা ।