অসমীয়া ভাষাৰ প্ৰথম মিনি আলোচনীখনৰ নাম হল বিন্দু ।
Month: December 2020
কোনে প্ৰথমে অসমীয়া ভাষাৰ অভিধান লিখিছিল ?
অসমীয়া ভাষাৰ প্ৰথমে অভিধান লিখিছিল যাদুৰাম ডেকা বৰুৱাই ।
সাহিত্য অকাডেমী পুৰষ্কাৰ লাভ কৰা প্ৰথম অসমীয়া গল্প সংকলনখনৰ নাম কি?
সাহিত্য অকাডেমী পুৰষ্কাৰ লাভ কৰা প্ৰথম অসমীয়া গল্প সংকলনখনৰ নাম সৌৰভ কুমাৰ চলিহাৰ গোলাম ।
সাহিত্য অকাডেমী পুৰষ্কাৰ পোৱা ৰং মিলিৰ হাঁহি উপন্যাসখনৰ ৰচক কোন?
সাহিত্য অকাডেমী পুৰষ্কাৰ পোৱা ৰং মিলিৰ হাঁহি উপন্যাসখনৰ ৰচক আছিল ৰংবং তেৰাং ।