দেৱকান্ত বৰুৱাৰ একমাত্ৰ কবিতা পুথিখনৰ না হল সাগৰ দেখিছা ।
Month: December 2020
প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি?
প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম হল বাইবেল । (১৮১৩চনত ছপা হয় )
অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভানেত্ৰী কোন?
অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভানেত্ৰী আছিল নলিনীবালা দেৱী ।
অসমীয়া ভাষাৰ প্ৰথম ব্যঙ্গ আলোচনীখনৰ নাম কি ?
অসীয়া ভাষাৰ প্ৰথম ব্যঙ্গ আলোচনীখনৰ নাম হল কাৰ্টুন ।