ৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠ চিত্ৰনাট্যৰ কাৰণে বঁটা পোৱা প্ৰথম অসমীয়া ছবি

ৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠ চিত্ৰনাট্যৰ কাৰণে বঁটা পোৱা প্ৰথম অসমীয়া ছবিখন হল অগ্নিস্নান (১৯৮৫) ।

গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ পৰা প্ৰচাৰিত প্ৰথম অসমীয়া নাটকখনৰ নাম কি ?

গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ পৰা প্ৰচাৰিত প্ৰথম অসমীয়া নাটকখনৰ নাম সত্যপ্ৰসাদ বৰুৱাৰ “ধৰালৈ যিদিনা নামিব সৰগ” ।