মহিলা পৰিচালকৰ পৰিচালিত প্ৰথম অসমীয়া চলচ্চিত্ৰ নাম হল নয়নয়ণি ।
Month: December 2020
প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা কোন খন ?
প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা খন হল জ্যোতি প্ৰসাদ আগৰৱালা ।
প্ৰথম অসমীয়া আংশিক ৰঙীন ছবি কোন খন ?
প্ৰথম অসমীয়া আংশিক ৰঙীন ছবি খন হল শকুন্তলা (১৯৬১) ।
“চামেলি মেমচাব” কথাছবিৰ শ্ৰেষ্ঠ সংগীত পৰিচালক কোন ?
চামেলি মেমচাব কথাছবিৰ শ্ৰেষ্ঠ সংগীত পৰিচালক ড° ভূপেন হাজৰিকা ।