ভাৰতীয় স্কুল ক্ৰিকেট দলত স্থান পোৱা অসমৰ খেলুৱৈগৰাকী মাধুৰ্য প্ৰসাদ বৰুৱা ।
Month: December 2020
ৰঞ্জিতট্ৰফীত ১০০ টা উইকেট লাভ কৰা প্ৰথম অসমীয়া ক্ৰিকেট খেলুৱৈ গৰাকী কোন আছিল ?
ৰঞ্জিতট্ৰফীত ১০০ টা উইকেট লাভ কৰা প্ৰথম অসমীয়া ক্ৰিকেট খেলুৱৈ গৰাকী অনুপ ঘটক ।
অসমত প্ৰথমখন এদিনীয়া আন্তৰ্জীতিক ক্ৰিকেট খেল কেতিয়া, ক’ত আৰু কাৰ মাজত অনুষ্ঠিত হৈছিল ?
অসমত প্ৰথমখন এদিনীয়া আন্তৰ্জীতিক ক্ৰিকেট খেল ১৯৮৩ চনৰ ১৭ ডিচেম্বৰত (গুৱাহাটী) ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত অনুষ্ঠিত হৈছিল ।
অসম ফুটবল সংন্থাই প্ৰদান কৰা ২০০৬-০৭ চনৰ শ্ৰেষ্ঠ ফুটবল খেলুৱৈৰ সন্মান কোনে লাভ কৰিছিল ?
অসম ফুটবল দলৰ গ’লৰক্ষক গোবিন্দস বড়ো অসম ফুটবল সংন্থাই প্ৰদান কৰা ২০০৬-০৭ চনৰ শ্ৰেষ্ঠ ফুটবল খেলুৱৈৰ সন্মান লাভ কৰিছিল ।