প্ৰথম অসমীয়া ৰহস্যধৰ্মী ছবি খন হল বেজবৰুৱা (১৯৬৯) ।
Month: December 2020
অসমীয়া ভাষাত নাটক অভিনয় কৰা প্ৰথম নাট্যদল কোন খন?
অসমীয়া ভাষাত নাটক অভিনয় কৰা প্ৰথম নাট্যদল খন হল পাঠশালা থিয়েটাৰ পাৰ্টি ।
প্ৰথম অসমীয়া চিনেমাস্কোপ ছবি খনৰ নাম কি ?
প্ৰথম অসমীয়া চিনেমাস্কোপ ছবি খনৰ নাম হল জীৱন সুৰভি ।
প্ৰথম অসমীয়া পূৰ্ণ দৈৰ্ঘ্যৰ হাস্যধৰ্মী চলচ্চিত্ৰ খনৰ নাম কি ?
প্ৰথম অসমীয়া পূৰ্ণ দৈৰ্ঘ্যৰ হাস্যধৰ্মী চলচ্চিত্ৰ খনৰ নাম হল ইটো সিটো বহুতো (১৯৬১) ।