অসমত প্ৰথম সহ-অভিনয়ৰ পাতনি মেলে ব্ৰজ শৰ্মাই আছিল ।
Month: December 2020
প্ৰথম ভ্ৰম্যমাণ থিয়েটাৰ খনৰ নাম কি ?
প্ৰথম ভ্ৰম্যমাণ থিয়েটাৰ খনৰ নাম হল নটৰাজ থিয়েটাৰ ।
ঘৰ্ণীয়মাণ মঞ্চত প্ৰথম অভিনীত অসমীয়া নাটক কোন খন ?
ঘৰ্ণীয়মাণ মঞ্চত প্ৰথম অভিনীত অসমীয়া নাটক খন হল মাটিৰ মানুহ (১৯৪৬ চনত কলিকতাত)।
স্বৰ্ণকমল পজক পোৱা দ্বিতীয়খন কথাছবিৰ নাম কি ?
স্বৰ্ণকমল পজক পোৱা দ্বিতীয়খন কথাছবিৰ নাম হল “সাগৰলৈ বহুদূৰ”, পৰিচালক জাহ্নু বৰুৱা (১৯৯৪ চন) ।