White blood cells
Month: December 2020
প্ৰথম অসমীয়া চলচ্চিত্ৰ খনৰ নাম কি ?
প্ৰথম অসমীয়া চলচ্চিত্ৰ খনৰ নাম জয়মতী (১৯৩৫) ।
স্বৰ্ণকমল বঁটা পোৱা প্ৰথম অসমীয়া চলচ্চিত্ৰ কোন খন ?
স্বৰ্ণকমল বঁটা পোৱা প্ৰথম অসমীয়া চলচ্চিত্ৰ খন হল হালধীয়া চৰাইয়ে বাও ধান খায় (১৯৮৭) ।
প্ৰথম অসমীয়া ৰঙীন ছবি কোনখন ?
প্ৰথম অসমীয়া ৰঙীন ছবি হল ভাইটি (১৯৭২)।