অসমৰ অস্তিত্ব ৰক্ষা আন্দোনৰ ওপৰত নিৰ্মিত কথাছবিখনৰ নাম হৈছে হেম বৰা নিৰ্মিত ”সংকল্প
Month: December 2020
বাংলা কথাছবিৰ অসমীয়া পৰিচালকজন কোন ?
বাংলা কথাছবিৰ অসমীয়া পৰিচালকজনৰ নাম প্ৰমথেশ বৰুৱা। ( ছবি দেৱদাস )
অসমত কিমান চনত অনাঁতাৰ কেন্দ্ৰ প্ৰথম স্থাপন হৈছিল?
অসমত ১৯৪৮ চনত অনাঁতাৰ কেন্দ্ৰ প্ৰথম স্থাপন হৈছিল।
মঞ্চত একেলগে চিনেমা আৰু থিয়েটাৰ সংযোগ কোনে কৰে ?
মঞ্চত একেলগে চিনেমা আৰু থিয়েটাৰ সংযোগ কৰে নটৰাজ চিনে থিয়েটাৰে ।