তৰালি শৰ্মাই কোনখন চলচ্চিত্ৰত কণ্ঠদান কৰি প্ৰথম গৰাকী অসমীয়া হিচাপে ৰাষ্ট্ৰীয় শ্ৰেষ্ঠ নেপথ্য গায়িকাৰ সন্মান অৰ্জন কৰে ?

তৰালি শৰ্মাই ”আকাশী তৰাৰ কথাৰে ” ছবিখনত কণ্ঠদান কৰা এফাকি ঘোষাৰ যোগেদি। অসমীয়া হিচাপে ৰাষ্ট্ৰীয় শ্ৰেষ্ঠ নেপথ্য গায়িকাৰ সন্মান অৰ্জন কৰে।

৫১ তম ( ২০০৩ ) ৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগীতাত শ্ৰেষ্ঠ নেপথ্য গায়িকাৰ সন্মান লাভ কৰা প্ৰথম অসমীয়া শিল্পিগৰাকী কোন ?

৫১ তম ( ২০০৩ ) ৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগীতাত শ্ৰেষ্ঠ নেপথ্য গায়িকাৰ সন্মান লাভ কৰা প্ৰথম অসমীয়া শিল্পিগৰাকী নাম হৈছে তৰালি শৰ্মা।