আৰবীক, বঙালী, ইংৰাজী, ফ্ৰান্স, জৰ্মান, হিন্দী, জাপানীজ, চীনা, পৰ্তুগীজ, ৰাছিয়ান, স্পেনিছ, আৰু উৰ্দু ।
Month: December 2020
বিশ্বৰ উচ্চতম মালভুমিৰ নাম কি ?
পামিৰ ।
পৃথিৱীৰ উচ্চতম পৰ্বতখনৰ নাম কি ?
হিমালয় ।
টিন উৎপাদনত শীৰ্ষ স্থানত থকা দেশখনৰ নাম কি ?
মালয়েছিয়া ।