জাঁ পল ছাৰ্ত্ৰই কোন বৰ্ষত সাহিত্যৰ ন’বেল বঁটা লাভ কৰিছিল ? তেওঁ কোন দেশৰ নাগৰীক ?

১৯৬৪ চনৰ ন’বেল বিজয়ী হিচাপে জাঁ পল ছাৰ্ত্ৰৰ নাম ঘোষিত হটলেও তেওঁ পুৰস্কাৰ গ্ৰহন নকৰিলে । ফ্ৰান্সৰ নাগৰিক ।