ভাৰতীয় পতাকাৰ তিনিওটা ৰং আনুভুমিক ভাবে থকা । আইৰিছ পতাকাৰ ওচৰা – ওৰি বা থিয় থিয়কৈ থাকে ।
Month: December 2020
চীনালোকৰ বাবে কি ৰঙ সৌভাগ্যৰ প্ৰতীক ?
ৰঙা ।
ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন ?
সৰোজিনী নাইডু ।
মেকমোহন লাইনৰ স্ৰষ্টা গৰাকী কোন ?
চাৰ আৰ্থাৰ হেনৰী মেকমেহন ।