১৯৭১ চনৰ ২৪ জানুৱাৰীত ।
Month: December 2020
নেচেনেল ইনষ্টিটিউট অৱ স্প’টছ” ভাৰতৰ কোনখন চহৰত আছে ?
পাতিয়ালত ।
ভাৰতৰ প্ৰথম এয়াৰ মেল সেৱা কেতিয়াৰ পৰা আৰম্ভ হৈছিল ?
১৯২০চনৰ ২৩ জানুৱাৰীৰ পৰা ।
ৰংকিম চন্দ্ৰ চট্টোপধ্যায়ৰ কোনখন গ্ৰন্থ প্ৰকৃততে ইংৰাজীতহে লিখা হৈছিল ?
ৰাজমোৰ্হনচ ৱাইফ ।