অসমীয়া ভাষা উৎপত্তি খ্ৰীষ্টীয় নৱম-দশম শতিকাৰ।
Month: December 2020
ইংৰাজৰ পৰা ”ছাৰ” উপাধি লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন ?
ইংৰাজৰ পৰা ”ছাৰ” উপাধি লাভ কৰা প্ৰথমগৰাকী অসমীয়া আছিল ছাৰ চৈয়দ চাদুল্লা।
সাহিত্য অকাডেমি বঁটা পোৱা কবি হীৰেণ ভট্টাচাৰ্যৰ কবিতা পুথিখনৰ নাম কি ?
সাহিত্য অকাডেমি বঁটা পোৱা কবি হীৰেণ ভট্টাচাৰ্যৰ কবিতা পুথিখনৰ নাম সুগন্ধি পখিলা।
বৈষ্ণৱ যুগৰ শ্ৰেষ্ঠ কবি-সাহিত্য কোন আছিল ?
বৈষ্ণৱ যুগৰ শ্ৰেষ্ঠ কবি-সাহিত্য আছিল মহাপুৰুষ শংকৰেৱ।