১৯৯৭ চনৰ ৰাষ্ট্ৰীয় চলচিত্র মহোৎসৱত শ্রেষ্ঠ জীৱনীমুলক কথাছবিৰ বঁটা পোৱা “হস্তীৰ কন্যা’ৰ বিষয় কি আৰু পৰিচালক কোন ?

প্রতিমা পাণ্ডে বৰুৱাৰ বিষয়ে আৰু পৰিচালক আছিল প্রবীণ হাজৰিকা ।