স্বাধীন ভাৰতত কোন চনত প্ৰথম জৰুৰী অৱস্থা ঘোষিত হৈছিল ?

১৯৬২ চনত চীনৰ আক্ৰমণৰ পৰিপ্ৰেক্ষিতত এই জৰুৰী অৱস্থা ঘোষণা কৰা হৈছিল ।