ভৰতে নিক্ষেপ কৰা প্ৰথমটো উপগ্ৰহ ক’ৰ পৰা নিক্ষেপ কৰা হৈছিল আৰু তাৰ নাম কি আছিল ?

থুম্বা প্ৰক্ষেপণ কেন্দ্ৰৰ পৰা নিক্ষেপ কৰা হৈছিল । তাৰ নাম আছিল “ৰোহিনী ৭৫” ।