প্ৰথম ভাৰতীয় জাতীয় পতাকা ত্ৰিৰংগা কেতিয়া ক’ত উত্তোলন কৰা হৈছিল ?

ভাৰতৰ ত্ৰিৰংগা পতাকাখন পোন প্ৰথমে ১৯০৬ চনৰ সাত আগষ্টত কলকাতাৰ গ্ৰীণ পাৰ্কত উত্তোলন কৰিছিল সুৰেন্দ্ৰ নাথ বেনাৰ্জীয়ে ।